ভালৰিভালৰি লগা
ভালৰি বোলা (Assamese) [ Roman: bha.lo.ri bo`.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
English: butter, flatter,
Assamese: খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্, তেল লগা, তৈলমৰ্দন কৰ্, তোষামোদ কৰ্, ভালৰি বোলা, ভালৰি লগা,
Bodo: बाखनायफां,
Khasi: iaroh,
Deori: চ্চু-বুলা, চ্চু-লাকিয়াঁ
b. Common Noun-Common: sycophant, চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা...
Contributed by: Ramen Baro on 2023-11-25
ভালৰি বোলা (Assamese) [ Roman: bha.lo.ri bo`.la]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-20
1. (Verb-Trans.) to say nice, pleasant things but not in a sincere/honest way, to somebody so that s/he is pleased and does something for you. কাৰোবাক মন ভাল লগোৱা কথা কোৱা যাতে সেই কথা শুনি সন্তুষ্ট হৈ তেওঁ কওঁতাৰ কিবা উপকাৰ সাধে৷
Assamese: খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্, তেল লগা, তৈলমৰ্দন কৰ্, তোষামোদ কৰ্, ভালৰি বোলা, ভালৰি লগা,
Bodo: बाखनायफां,
Khasi: iaroh,
Deori: চ্চু-বুলা, চ্চু-লাকিয়াঁ
Different POS:
a. Abstract Noun: adulation, buttering, flattering, flattery, gratification...b. Common Noun-Common: sycophant, চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা...
Contributed by: Ramen Baro on 2023-11-25
2. (Verb-Trans.) make (someone) feel admiration and respect.